চুৰিকাণ্ডক কেন্দ্ৰ কৰি ভয়ানক মাৰপিট
মহিলাসহ আহত চাৰি
নগৰবেৰা:

পূৰ্বৰ এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট। গাঁৱখনৰ পৰ্বত আলী নামৰ এজনৰ ঘৰত এমাহ মান পূৰ্বে এক চুৰিকাণ্ড সংঘটিত হৈছিল।উক্ত চুৰিকাণ্ডত প্ৰতিবেশী কাজম আলীৰ পুত্ৰ জড়িত থকা বুলি পৰ্বত 
