...

তিতাবৰৰ দাংধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

Spread the love

তিতাবৰৰ দাংধৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

চাইন অন ডেস্ক:

যাত্ৰীবাহী হিৰু ট্ৰেভেলেছ বাছ আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।
বৰহোলাৰ পৰা যোৰহাটৰ দিশে গৈ আছিল AS03F 0947 নামৰ বাছখন। বাইকখনৰ নম্বৰ AS03AF 1434.
দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত বাইকত অহা দুজন আৰোহী। বাইকখনে তীব্ৰ বেগত আহি বাছখনত খুন্দা মৰাৰ অভিযোগ প্ৰত্যক্ষদৰ্শীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *