চেঙাৰ আলোপতি চৰত ৫ লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ আৰক্ষীৰ
চাইন অন ডেস্ক:
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি চৰত গাঞ্জাৰ বিৰুদ্ধে আলোপতিচৰ আৰক্ষীয়ে এক আকস্মিক অভিযান চলাই প্ৰায় ৫ লক্ষাধিক টকা মূল্যৰ শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় |প্ৰাপ্ত তথ্য মতে, ৰাইজৰ সহযোগত 
