নগাঁৱৰ উৰিয়াগাঁৱত আঞ্চলিক মহিলা সমিতি গঠন
নগাঁও:-
নগাঁও জিলাৰ উৰিয়াগাঁৱৰ লগতে কাষৰীয়া অঞ্চলৰ মহিলা সকলক লগত লৈ বৃহত্তৰ উৰিয়াগাঁও আঞ্চলিক মহিলা সমিতি গঠন কৰা হয়। শ্বহীদ ভোগেশ্বৰী ফুকননী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত সভাত সভাপতিত্ব কৰে সংগীতা বৰা দাসে। সভাত
