“মিছন ইম্প’ছিবল” পছিবল হল !
কিয় আৰু কেনেকৈ টম ক্ৰুজলৈ অস্কাৰ
মনোনয়নৰ ৩৫ বছৰৰ পাছত ‘মিছন’ সম্ভৱ হলীউডৰ তাৰকাগৰাকীৰ
টম ক্ৰুজক ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৫ চনৰ গভৰ্ণৰছ এৱাৰ্ডত সন্মানীয় অস্কাৰ বঁটাৰে সন্মানিত কৰা হ’ব
অৱশেষত মিছন ইম্প’ছিবল পছিবল হল ! মনোনয়নৰ ৩৫ বছৰৰ পাছত ‘মিছন’ সম্ভৱ হলীউডৰ তাৰকাগৰাকীৰ।টম ক্ৰুজক ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২৫ চনৰ গভৰ্ণৰছ এৱাৰ্ডত সন্মানীয় অস্কাৰ বঁটাৰে সন্মানিত কৰা হ’ব।কিয় আৰু কেনেকৈ টম ক্ৰুজলৈ অস্কাৰ?
শিক্ষাৰ ক্ষেত্ৰত দশক দশক ধৰি আগবঢ়োৱা অৱদানৰ বাবে ডলী পাৰ্টনকো জিন হাৰ্শ্বল্ট মানৱীয় বঁটাৰে সন্মানিত কৰা হ’ব।
আমোদজনক কথাটো হ’ল এইসকল লোকৰ বহুতেই এতিয়ালৈকে অস্কাৰ লাভ কৰা নাই। ৬২ বছৰীয়া ক্ৰুজে চাৰিটা মনোনয়ন লাভ কৰিছে, দুবাৰকৈ ‘‘বৰ্ণ অন দ্য ফ’ৰ্থ অফ জুলাই’’ আৰু ‘‘জেৰী মেগুৱেৰ’’ত শ্ৰেষ্ঠ অভিনেতা, এবাৰ ‘মেগনোলিয়া’ত সহযোগী অভিনেতা আৰু এবাৰ ‘‘টপ গান: মেভেৰিক’’ৰ ক্ষেত্ৰত শ্ৰেষ্ঠ ছবিৰ বাবে।
এই চেলেব্ৰিটীসকলকো সন্মান জনোৱা হ’ব