মতলীয়া ফাগুনে কঢ়িয়াই আনিছে আলি আ:য়ে লৃগাঙৰ বতৰা
থৌকি-বাথৌ হিয়াখন লৈ তাঁতশালত ব্যস্ত ঢকুৱাখনাৰ মিচিং জীয়ৰীৰ
পুলকজ্যোতি বৰা,ঢকুৱাখনা:


সাতোবন কাটি কৰি এতিয়া ঐনিতম জুৰি তাঁতশালত ব্যস্ত হৈছে ঢকুৱাখনাৰ বিভিন্ন অঞ্চলৰ মিচিং জীয়ৰী-বোৱাৰী । তাঁতশালত বাৰে বাৰে লাগিছে আউল।লৃগাঙক লৈ এতিয়া দিনে-নিশাই ৪-৫খনকৈ শাল পাতি নানাৰঙী বুটাবছা কাপোৰ বৈছে যুৱতীসকলে। এতিয়া মূৰ তুলিবলৈও আহৰি নাই । হাতত সময় তেনেই কম । কিয়নো, লৃগাঙত 

জনগোষ্ঠীটোৰ জীয়ৰী-বোৱাৰী।