...

গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান

Spread the love

 

 

গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ অভিযান

 

 

অভিযুক্ত ACS নূপুৰ বৰাক লৈ গৰৈমাৰীত চলিছে অভিযান

 

 

গৰৈমাৰী:

এ চি এছ বিষয়া নূপুৰ বৰাক লৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত চি এম ভিজিলেঞ্চৰ অভিযান। আজি ৰাতিপুৱা ১১ টা বজাৰ পূৰ্বে কামৰূপৰ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত ভিজিলেঞ্চৰ বৃহৎ দল।
অভিযুক্ত ACS বিষয়া নূপুৰ বৰাকলৈ গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ত তন্য তন্যকৈ চলাই গৈছে অভিযান। সম্পত্তিৰৰ পাহাৰ গঢ়া নূপূৰ বৰা গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাও বিভিন্ন লাট মণ্ডল আৰু দালালৰ জৰিয়তে দৰিদ্ৰ দুখীয়াৰ পৰা কোটি কোটি টকা সৰকাই আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপণ কৰিছিল পুৱছমৰীয়া গৰৈমাৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্য মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী তদাৰকী শাখালৈ লিখিত অভিযোগ দাখিল কৰিছিল।আজি এই মুহুৰ্তলৈ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত CM ভিজিলেঞ্চৰ দলে চলাই গৈছে অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *