নগাঁও বিশ্ববিদ্যালয়ত অষ্ট্ৰেলিয়াৰ অধ্যাপকৰ সৈতে মত বিনিময় অনুষ্ঠান
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা


নগাঁও বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° টিকেন দাসে আঁত ধৰা অনুষ্ঠানত নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপ পঞ্জীয়ক ড° নৱ প্ৰসাদ নাথে সকলোকে সম্বোধন কৰি উচ্চ শিক্ষাত আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সঞ্চালক ড° ভূবন 