...

ডিব্ৰুগড়ত এইবাৰ উচ্ছেদ অভিযান

Spread the love

ডিব্ৰুগড়ত এইবাৰ উচ্ছেদ অভিযান

মুখ্যমন্ত্ৰী সচিবালয়ৰ সমীপত উচ্ছেদ অভিযান

১০ টা পৰিয়াল উচ্ছেদ

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ত এইবাৰ চলিল উচ্ছেদ অভিযান।ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ সমীপত চলিল উচ্ছেদ অভিযান।
ডিব্ৰুগড়ৰ মাইজানৰ পল্টন বজাৰত মুখ্যমন্ত্ৰী সচিবালয়ৰ সমীপত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাটাও পৰিয়ালে অবৈধভাৱে অঞ্চলটোৰ চৰকাৰী ভূমি বেদখল কৰি ঘৰ নিৰ্মাণ কৰিছিল।
চৰকাৰী বুলডজাৰৰ সহায়ত ভাঙি পেলোৱা হৈছে বেদখল কৰা অঞ্চল।
বিষয়াসকলে জনোৱা মতে, মুকলি কৰা মাটিখিনি মুখ্যমন্ত্ৰীৰ সচিবালয় চৌহদৰ অধীনত মূল প্ৰতিষ্ঠানসমূহৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ’ব, য’ত মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ আধাৰশিলা স্থাপন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *