নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতে প্ৰশাসনৰ উচ্ছেদ অভিযান
ডিব্ৰুগড়ত ঐতিহাসিক ফনী বাংলোত
মহাত্মা সেৱাগ্ৰাম এন জি অ’ই ঐতিহাসিক ফনী বাংলো বেদখলত ৰাখিছিল!
চাইন অন ডেস্ক:
ৰাজ্যত নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পাছতে ডিব্ৰুগড় জিলা প্ৰশাসনে সোমবাৰৰ দিনা চলালে বৃহৎ উচ্ছেদ অভিযান। বছৰ বছৰ ধৰি ডিব্ৰুগড় মহানগৰৰ সমীপৰ বৰলুইতৰ পাৰত বেদখল কৰি থকা প্ৰায় ৯ বিঘা ভূমিত উচ্ছেদ চলালে জিলা প্ৰশাসনে। ডিব্ৰুগড় আদালতে ২০২২ চনত প্ৰদান কৰা ৰায়ৰ ভিত্তিত মহানগৰখনৰ ঐতিহাসিক ফনী বাংলোৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলালে উচ্ছেদ অভিযান। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ ঠিক কেইটামান মুহুৰ্তৰ পাছতে জিলা প্ৰশাসনে বুলডজাৰ লৈ প্ৰায় ৬০ টাৰো 
