মৰাণত থকা জৰুৰীকালীন অৱতৰণ সুবিধা (ই এল এফ)
পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মৰাণৰ জাতীয়নী গাঁৱত উপস্থিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ ২ (ৰাষ্ট্ৰীয় ঘাইপথ”ত নিৰ্মাণ হৈ থকা জৰুৰীকালীন অৱতৰণ সুবিধা (ই এল এফ) পৰিদৰ্শন কৰে।