মৰিগাঁওত ড্ৰাগছ সহ ব্যৱসায়ীক আতক
মৰিগাঁও:
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ পুনৰ বৃহৎ সফলতা ৷
জিলাখনৰ চৰাইবাহীত 28.15 গ্ৰাম ড্ৰাগছ সহ এজন ড্ৰাগছ ব্যৱসায়ীক আতক মিকিৰভেটা আৰক্ষী

অভিয়ানত চৰাইবাহীৰ পৰা মেঘালয়ৰ বৰ্নিহাটৰ ৰাজা গিৰী নামৰ এজনৰ ড্ৰাগছ ব্যৱসায়ীক আতক তৰিবলৈ সক্ষম হয়।
আতকাধীন ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা 28.15 গ্ৰাম ড্ৰাগছ সহ ৭৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় মিকিৰভেটা আৰক্ষী।