ডিব্ৰুগড়ৰ বৰবৰুৱা থানাত দুই যুৱকক গুৰুলা-গুৰুলকৈ প্ৰহাৰ
আৰক্ষী অধীক্ষকক অভিযোগ দাখিল ড০ দয়ানন্দ বৰগোহাঁইৰ

ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিশা ঘৰৰ পৰা উঠাই নি দুই ভাতৃক গুৰুলা-গুৰুলাকৈ প্ৰহাৰ কৰিলে আৰক্ষী বিষয়াই। ১৭ আগষ্টত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত পোহৰলৈ অহাৰ পাছতে বিশিষ্ট শিক্ষাবিদ তথা ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁইয়ে।