ক্ৰিকেটৰ ভিৰৰ মাজত অসমত ফুটবলৰ মহাৰণ
৭৯ সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাক লৈ ব্যাপক উচাহ
পুলকজ্যোতি বৰা,ঢকুৱাখনা:


সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত, অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত সুদীৰ্ঘ ১৫ বছৰৰ পিছত ৰাজ্যত অনুষ্ঠিত হোৱা সন্তোষ ট্ৰফী চূডান্ত পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতাই সুকীয়া স্থান দখল কৰিছে ফুটবলপ্ৰেমীৰ মাজত। দেশৰ নামী-দামী ফুৰবলাৰৰ আকৰ্ষণীয় শ্বট, দুৰ্দান্ত স্কিল আদিৰ প্ৰদৰ্শনে হাজাৰ হাজাৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে।উল্লেখ্য যে, পোন প্ৰথমবাৰৰ বাবে এসময়ত বানে গৰকা 

