...

পৰিয়ালৰ সৈতে টংলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ ভোট দান

Spread the love

পৰিয়ালৰ সৈতে টংলা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ ভোট দান

টংলা:

টংলাত প্ৰতিকুল বতৰকো নেওচি ভোটাধিকাৰ সাব্যস্ত ভোটাৰৰ । ৪৮ নং টংলা বিধানসভা সমষ্টিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১ , ৭৬ , ০৮১ গৰাকী।

ৱগঠিত টংলা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাই ভোট দান সাব্যস্ত কৰিলে

টংলাৰ ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ৰ ভোট কেন্দ্ৰত পৰিয়ালৰ সৈতে আহি শাৰী পাতি ভোট প্ৰদান কৰিছে বিকন চন্দ্ৰ ডেকাই ।

টংলা ছাটগাড়ী চৰকাৰী মজলীয়া বিদ্যালয়ত মুঠ তিনিটা কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬৭৮ গৰাকী।

টংলা বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ আশা কৰিছে বিকন চন্দ্ৰ ডেকাই

সকলো নাগৰিককে নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আহ্বান বিকন চন্দ্ৰ ডেকাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *