বিজনীৰ আনন্দ বজাৰত হস্তনিৰ্মিত বন্দুকসহ এজনক গ্ৰেপ্তাৰ
চাইন অন ডেস্ক:
আৰক্ষী আৰু এছ এছ বিৰ অভিযানত সুজিৎ দাসৰ ঘৰৰ পৰা ৪১ টা সুৰাৰ বটল জব্দ কৰে।
লগতে হস্তনিৰ্মিতো বন্দুকসহ আৰু সুজিৎ দাসক আটক কৰে। ধৃত সুজিত দাস পেচাত এগৰাকী গেলামাল দোকানী বুলি জানিব পৰা গৈছে।
