...

:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণ সূচী:

Spread the love

:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণ সূচী:

 

চাইন অন ডেস্ক:

অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই অহা ১৪ জুনৰ পৰা ১৭ জুন, ২০২৫লৈ ডিব্রুগড় আৰু লখিমপুৰ জিলাৰ চাৰিদিনীয়া আনুষ্ঠানিক ভ্রমণত থাকিব ৷

মুখ্যমন্ত্ৰীৰ ভ্ৰমণসূচীত ছিছিবৰগাঁও, মাজুলী, মাহমৰা, আৰু দুলীয়াজান এল এ চিৰ পৰ্যালোচনা বৈঠক সামৰি লোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ২০০ বিচনাযুক্ত এনেক্সৰ আধাৰশিলা স্থাপন ককৰি ডাঃ শৰ্মাই।ইয়াৰ উপৰিও অক্ষয়া পাত্ৰ ফাউণ্ডেচনৰ মিড-ডে মিল চেণ্ট্ৰেল কিচেনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ তেওঁ খামতিঘাট ভ্ৰমণ কৰিব।

১৬ জুনত মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাত একাধিক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ১৭ জুনত তেওঁ গুৱাহাটীলৈ উভতি অহাৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *