২৬’ত ৰূপজ্যোতি কুৰ্মিক হৰুৱামঃ অখিল গগৈ
*চাইন অন ডেস্ক:*
২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি মৰিয়নিত ৰূপজ্যোতি কুৰ্মিক হৰুৱাম। ২৬’ক লৈ অতি আত্মবিশ্বাসী ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে এই কথা দাবী কৰিছে। আগন্তক নিৰ্বাচনত পৰাস্ত হোৱাৰ ভয়ত ৰাইজৰ দলৰ নেতা-কৰ্মীক ভয়-ভাবুকিৰে কন্ঠ স্তব্ধ কৰাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ 
