Skip to content এম পি জুৱেলাৰ্চৰ ধুবুৰীৰ শ্ব’ৰূমত অভিযান আয়কৰ বিভাগৰ
চাইন অন ডেস্ক:
প্ৰতিষ্ঠিত অলংকাৰ বিপণী এম পি জুৱেলাৰ্চৰ ধুবুৰীৰ শ্ব’ৰূমত আজি পুৱাৰ পৰা অভিযান চলাইছে আয়কৰ বিভাগৰ এটি বৃহৎ দলে। নিশ্চিত নহয় যদিও প্ৰায় ৫৬ জনীয়া সেই দলটোৱে যোৱানিশা ধুবুৰীত উপস্থিত হোৱাৰ পিছত আজি পুৱাৰ পৰা ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এম পি জুৱেলাৰ্চৰ শ্ব’ৰূমত অভিযান আৰম্ভ কৰে। অভিযান কালত কিবা প্ৰতিষ্ঠানটোৰ নথিপত্ৰত কোনো ধৰণৰ বিসংগতি পোৱা গৈছে নে নাই সেয়া জানিব পৰা নাই যদিও বৰ্তমানলৈ অব্যাহত আছে সেই অভিযান।
Like this:
Like Loading...