অৱশেষত সুদীর্ঘ ৮ বছৰীয়া প্ৰেমৰ সম্পৰ্কই লাভ কৰিলে পূর্ণতা
৪২ কোটিৰ হীৰাৰ আঙঠিৰে জৰ্জিনাক বিয়াৰ প্ৰস্তাৱ ৰ’নাল্ডোৰ!
বিশ্ব ফুটবলৰ বাদছাহ তথা পর্তুগীজ ফুটবল কিংবদন্তি ক্রিস্টিয়ানো ৰ’নাল্ডো বিয়াত বহিব। অৱশেষত তেওঁৰ ৮ বছৰৰ প্রেম আৰু ব্যক্তিগত -সম্পর্কই পূর্ণতা লাভ কৰিবলৈ আগবাঢ়িছে।প্রেমিকা জর্জিনা – ৰ’ড্রিগেজৰ সৈতে তেওঁৰ বাগদান সম্পূৰ্ণ হয়।
