...

কাশীকোত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

Spread the love

কাশীকোত্ৰাত ভয়ংকৰ পথ দুৰ্ঘটনা:থিতাতে নিহত এজন

তেলৰ টেঙ্কৰে মহতিয়াই লৈ যায় চাৰিখনকৈ‌ বাহন

 

বাসুগাঁও:

চিৰাং জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাশীকোত্ৰাত আজি আবেলি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে ভালেকেইজন গুৰুতৰভাৱে আহত হয়।তীব্ৰ গতিত অহা এখন তেলৰ টেঙ্কৰে এখন দুখন চাৰিখনকৈ বাহন মহতিয়াই নিয়ে।যাৰ ফলত এজন যুৱক থিতাতে নিহত হোৱাৰ উপৰি বাকী আহত কেইজনক বঙাইগাঁও লৱাৰ আসাম হস্পিটাল এণ্ড ৰিৰ্চাচ চেণ্টাৰত ভৰ্তি কৰা হয়।
আবেলি ৩.২০ বজা মানত সংঘটিত দুৰ্ঘটনাটিক কেন্দ্ৰ কৰি এক হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *