...

উত্তৰ-পূবৰ প্ৰথমটো দ্ৰুতবেগী কৰিডৰ প্ৰকল্প

Spread the love

 

উত্তৰ-পূবৰ প্ৰথমটো দ্ৰুতবেগী কৰিডৰ প্ৰকল্প

 

মেঘালয়ৰ পৰা মাউলিংখুঙৰ পৰা শিলচৰৰ সমীপৰ পঞ্চগ্ৰামলৈ
৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ঘাইপথ

চাইন অন ডেস্ক:

মেঘালয়ৰ মাউলিংখুঙৰ পৰা শিলচৰৰ সমীপৰ পঞ্চগ্ৰামলৈকে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ১৬৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ঘাইপথ। উক্ত পথটো উত্তৰ-পূবৰ প্ৰথমটো দ্ৰুতবেগী কৰিডৰ প্ৰকল্প হিচাপে পৰিগণিত হৈছে।

মেঘালয়ৰ পৰা অসমৰ শিলচৰলৈ এই প্ৰস্তাৱিত ঘাইপথটো ম্যানমাৰৰ এক গুৰুত্বপূৰ্ণ বহুমুখী পৰিবহণ প্ৰকল্পৰ সম্প্ৰসাৰণ হিচাপে পৰিগণিত হ’ব।

যাৰ ফলত উত্তৰ-পূব ৰাজ্য আৰু কলকাতাৰ মাজত সাগৰৰ মাজেৰে বিকল্প সংযোগ স্থাপন হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *