...
Spread the love

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণ সূচী

 

১৪ জুন, ২০২৫ তাৰিখ শনিবাৰে
👉দিনৰ ২:৩০ বজাত অসম সচিবালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ত চিচিবৰ গাওঁ বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।
👉৫:৩০ বজাত কেন্দ্ৰীয় কাৰাগাৰ ৰোডত AMCH CITY HOSPITAL ৰ শিলান্যাস কৰাৰ লগতে পুৰণি চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, ফুলবাগানত ৰাজহুৱা সভাত অংশগ্ৰহন কৰিব।
১৫ জুন, ২০২৫ তাৰিখ দেওবাৰে
👉দিনৰ ১০:০০ বজাত দিহিং খামতিঘাটত Centralized Community kitchen ৰ শিলান্যাস আৰু ভূমিপূজন কৰাৰ লগতে খামতিঘাট দলঙৰ সমীপত খামতিঘাট খেলপথাৰত ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰিব।
👉 দিনৰ ২:০০ বজাত অসম সচিবালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাজুলী বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।
👉বিয়লি ৫:০০ বজাত অসম সচিবালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ত মাহমৰা বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।
১৭ জুন, ২০২৫ তাৰিখ সোমবাৰে
👉 পুৱা ১০:০০ বজাত অসম সচিবালয়, মুখ্যমন্ত্ৰীৰ সচিবালয়ত দুলীয়াজান বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা বৈঠকত মিলিত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *