Skip to content ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ প্ৰশাসনে কাটিলে গছ
নিশাৰ আন্ধাৰৰ সুযোগত প্ৰশাসনে মহানগৰীত পুনৰ কাটিলে পুৰণিকলীয়া কেইবাজোপা গছ
নিশা ১১ বজাৰ পৰা প্ৰায় ২ বজালৈ চলিল প্ৰশাসনৰ ধ্বংসযজ্ঞ।
চাইন অন ডেস্কঃ

নিশাৰ আন্ধাৰৰ সুযোগত প্ৰশাসনৰ প্ৰকৃতিৰ ধ্বংসলীলা
মহানগৰীত পুনৰ কাটিলে পুৰণিকলীয়া কেইবাজোপা গছ
নিশা ১১ বজাৰ পৰা প্ৰায় ২ বজালৈ চলিল প্ৰশাসনৰ ধ্বংসযজ্ঞ।
ৰবীন্দ্ৰ ভৱনৰ সন্মুখৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ কাটি পেলোৱা হৈছে গছ
নুনমাটি-দীঘলীপুখুৰী সংযোগী উৰণ সেঁতু নিৰ্মাণৰ বাবে প্রশাসন নামিছে ধ্বংসযজ্ঞত
পিছে প্ৰশাসনৰ মতে এইয়া গছ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়াহে
আমবাৰীৰ গছসমূহ স্থানান্তৰ কৰাৰ বাবেহে কটা হৈছে ডাল বুলি উল্লেখ কৰে।