...
Spread the love

বিগ ব্ৰেকিং ! বিগ ব্ৰেকিং !

বানৰ ত্ৰাসত ৰাইজ জুৰুলা

বানত আৱদ্ধ ১৩ জন লোকক আজি হেলিকপ্টাৰৰ জৰিয়তে সুকলমে উদ্ধাৰ

 

চাইন অন ডেস্কঃ

 

তিনিচুকীয়া জিলাৰ অৰুণাচলৰ সীমান্তবৰ্তী বোমজিৰ গাঁৱত কালি বোমজিৰ নৈৰ বাঢ়নি পানীৰ মাজত আৱদ্ধ হৈ পৰা তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তবৰ্তী বোমজিৰ গাঁৱত কালি বোমজিৰ নৈৰ বাঢ়নি পানীৰ মাজত আৱদ্ধ হৈ পৰা ১৩ জন লোকৰ আটাইকে আজি হেলিকপ্টাৰৰ জৰিয়তে সুকলমে উদ্ধাৰ কৰা হয়। জিলা আয়ুক্ত স্বপ্নীল পালে কালি নিশাই এই সম্পৰ্কত বায়ু সেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলা প্ৰশাসনকো সষ্টম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ু সেনা বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযানৰ সময়ত শদিয়াৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলিত উপস্থিত থাকি সমগ্ৰ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে। কৰা হয়। জিলা আয়ুক্ত স্বপ্নীল পালে কালি নিশাই এই সম্পৰ্কত বায়ু সেনা বিভাগৰ সহায় বিচৰাৰ লগতে অৰুণাচলৰ নামনি দিবাং জিলা প্ৰশাসনকো সষ্টম কৰি তোলে। আজি পুৱাৰ ভাগতে বায়ু সেনা বাহিনীয়ে চলোৱা এই উদ্ধাৰ অভিযানৰ সময়ত শদিয়াৰ ৰাজহ চক্ৰ বিষয়া ঘটনাস্থলিত উপস্থিত থাকি সমগ্ৰ উদ্ধাৰ কাৰ্যৰ তদাৰক কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *