শোণিতপুৰত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত
সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল প্ৰাৰ্থী দীনেশ মিলিৰ
বালিপৰা,১০নৱেম্বৰ:
অহা ৩০ নৱেম্বৰত অনুষ্ঠিতব্য শোণিতপুৰৰ ২৬ নং বুৰুলী মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কালি সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে সমষ্টিটোৰ ৰাইজৰ প্ৰক্ষেপিত প্ৰাৰ্থী যুৱ সমাজসেৱক , যুৱ নেতা দীনেশ মিলিয়ে । আজি পুৱা ১১:০০ বজাত তেখেতৰ 
