...

আলফা(স্বা:)মেজৰ জেনেৰেল অৰুনোদয় অসম

Spread the love

আলফা(স্বা:)মেজৰ জেনেৰেল অৰুনোদয় অসম

 

চাবুৱাৰ নাদুৱা গোঁহাই গাঁৱত থলে ভৰি
ঢোল-পেঁপাৰে আদৰিলে অঞ্চলটোৰ ৰাইজে

চাইন অন ডেস্ক:

আলফা স্বাধীনৰ মেজৰ জেনেৰেল অৰুনোদয় অসম ওৰফে বিজিত গগৈৰ ওপজা গাওঁ নাদুৱা গোঁহাই গাঁৱত এক উৎসৱমুখৰ পৰিবেশ।

আত্মসমৰ্পনৰ পিছতেই তেওঁৰ বাসগৃহ চাবুৱাৰ নাদুৱা গোঁহাই গাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হল নেতাগৰাকী।
এক উখল মাখল আৱতৰীয়া বিহুৰ পৰিবেশেৰে আদৰি আনিলে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।
আবেগবিহ্বল হৈ পৰিল আত্মীয় ,মাতৃ ,ভাতৃ।

উল্লেখ্য যে ২০০১ চনতেই ঘৰৰ পৰা ওলাই যোৱা অৰুনোদয় অসমে আজি প্ৰায় ৪ মাহৰ আগতেই মূলসুঁতিলৈ ঘূৰি আহিছিল আৰু তাৰ পিছৰে পৰা নিৰাপত্তা বাহিনীৰ জিন্মাত আছিল আৰু আজি গুৱাহাটীৰ পৰা পোন প্ৰথম বাৰৰ বাবে চাবুৱা নিজা ঘৰৰ খনলৈ আহিল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *