ভাৰতীয় ৰেডক্ৰছ চচাইটিৰ উদ্যোগত
ডিব্ৰুগড় দুৱৰা চুকৰ প্ৰগতি সংঘৰ প্ৰাঙ্গণত ৰক্তদান শিবিৰ
চাইন অন ডেস্ক:

পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে ৰেডক্ৰছ ছচাইটিৰ সম্পাদক অনুজ কুমাৰ বৰুৱাই সকলো উপস্থিত অতিথি আৰু অংশগ্ৰহণকাৰীসকলক উষ্ম অভিনন্দন জনায়। তেখেতে অনুষ্ঠানৰ সমল ব্যক্তি ডাঃ জাহ্নৱী চেতিয়া, অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ চিকিৎসক বিষয়াক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।প্ৰগতি সঙ্ঘৰ তৰফৰ পৰাও ৰেডক্ৰছ ছচাইটিৰ সভাপতি ড: পঙ্কজ কুমাৰ শ্ৰুতিকৰ ও সম্পাদক 


প্ৰতিগৰাকী স্বেচ্ছাসেৱী ৰক্ত দাতাক অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় তৰফৰ পৰা (অসম চৰকাৰৰ) প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
এই কাৰ্যসূচীয়ে স্বেচ্ছাসেৱী ৰক্তদানৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে আৰু ইয়াত অংশগ্ৰহণ কৰা সকলোৰে সমূহীয়া প্ৰচেষ্টাই 