...

মৰিগাঁওৰ বৰছলাত গুলীয়াই হত্যা এজনক

Spread the love

মৰিগাঁওৰ বৰছলাত গুলীয়াই হত্যা এজনক

আব্দুল মান্নানে .৫৬ ৰিভলভাৰে গুলিয়াই

চাইন অন ডেস্ক:

মৰিগাঁও জিলাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত লাহৰীপামত আজি দুপৰীয়া এজন লোকক গুলীয়াই নিহত কৰে। নিহত জনৰ নাম জানিব পৰা হোৱা নাই। জানিব পৰা মতে আব্দুল মান্নান নামৰ ব্যক্তিজনে .৫৬ ৰিভলভাৰে গুলিওৱাৰ ফলতেই নিহত হয়। আক্ৰমণকাৰী আব্দুল মান্নানৰ ঘৰ শিলচৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *