ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীৰ “অসম মালা”ৰ পথ নিৰ্মাণৰ শুভ উদ্বোধন
৯২ কোটি টকাৰে আৰম্ভ হ’ল হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণ কাৰ্য
মানকাচৰ:

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লাইফ লাইন স্বৰূপ হাটশিঙিমাৰী-মানকাচৰ পথৰ পুতৌজনক দৃশ্য। যিটো পথেৰে ২৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ যাত্ৰীৰ প্ৰয়োজন হয় প্ৰায় ৩ ঘণ্টা । বছৰ বছৰ ধৰি যাত্ৰী তথা 
ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আঁচনিৰ অধীনত ৯২ কোটি টকা ব্যয়েৰে হাটশিঙিমাৰীৰ পৰা শিয়ালটাৰীলৈকে এই গুৰুত্বপূৰ্ণ পথছোৱাৰ ভাৰ্চুৱেলী শুড উদ্বোধন কৰিব।
৯২ কোটিটকীয়া এই প্ৰকল্পই জিলাখনৰ যাতায়াত আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি এতিয়া আশাবাদী জিলাবাসী।