সময় পৰিবৰ্তনৰ যাত্ৰাত মাৰ্ঘেৰিটাত গৌৰৱ গগৈ
খিলঞ্জীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দক আতঁৰাই বিজেপিয়ে খিলঞ্জীয়া-বিৰোধী চৰিত্ৰ উন্মোচন কৰিছে:গৌৰৱ গগৈ
চাইন অন ডেস্ক:
সময় পৰিবৰ্তনৰ যাত্ৰাত সোমবাৰে মাৰ্ঘেৰিটাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ কৰি তেওঁ টকা–বাহুবলৰ ৰাজনীতিৰ অভিযোগ তোলে। মাৰ্ঘেৰিটা কংগ্ৰেছ ভৱনত আয়োজিত এক বৃহৎ সভাত 
