...

নিপকো আন্তঃ প্ৰকল্প ক্ৰিকেট

Spread the love

নিপকো আন্তঃ প্ৰকল্প ক্ৰিকেট

শ্বিলং মুখ্য কাৰ্যালয় চেম্পিয়ন

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত চলি থকা নিপকো ( নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেচন লিমিটেড) আন্তঃ প্ৰকল্প ( ইণ্টাৰ প্ৰজেক্ট ) টি – টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাত নিপকো শ্বিলংস্থিত মুখ্য কাৰ্যালয় দল চেম্পিয়ন হয়। আজি অনুষ্ঠিত হোৱা ফাইনেল খেলখনত শ্বিলংৰ দলটোৱে অৰুণাচল প্ৰদেশৰ পাৰে এইছ ই পি দলক পৰাস্ত কৰি চেম্পিয়ন হয়। খেলৰ শেষত বঁটা বিতৰণী অনুষ্ঠানত নিপকোৰ বিত্ত সঞ্চালক বি. মহাৰাণা, চি.টি.অ এছ গোস্বামী আৰু এইছ.অ.পি. অপাং ইৰিং উপস্হিত থাকি বঁটা সমূহ প্ৰদান কৰে। প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *