টাটাৰ “বিল্ডিং ইণ্ডিয়া” আঁচনিৰ অধীনত বিদ্যালয় পৰ্যায়ত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ
নগাঁৱৰ পৰা ঋতু পর্ণ শৰ্মা, ১৩ফেব্ৰুৱাৰী
ভাৰতৰ আগশাৰীৰ কোম্পানী টাটাই “বিল্ডিং ইণ্ডিয়া” আঁচনিৰ অধীনত বিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত নগাঁও জিলাৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ে সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত সাফল্য
