নগৰবেৰাত গণৰাজ্য দিৱস উপলক্ষে বৃহৎ মটৰচাইকেল ৰেলী
কামৰূপ:


নগৰবেৰা আৰক্ষী থানাৰ সহ উপ পৰিদৰ্শক অতুল ডেকা আৰু গাঁওৰক্ষী বাহিনীৰ সমন্বয়ক অভিজিত গগৈ,
নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াৰ লগতে অন্যান্য কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।