আজিৰে পৰা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক অধিৱেশন
বিজনী বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰৰ মুখৰিত
*বিজনী:*



পুৱা ১১ বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়ন ইয়াৰ পাছতে অনুষ্ঠিত হয় আলোচনা চক্ৰ আৰু আবেলিলৈ অনুষ্ঠিত হ’ব কবি সন্মিলন ৷ সন্ধিয়া বড়ো সাহিত্য সভাৰ প্ৰথম প্ৰতিনিধি সভাখন মুকলি কৰিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে।
