বি এল বেৰীয়া সৰস্বতী শিশু মন্দিৰৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ আৰম্ভ
চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সাংস্কৃতিক সমাৰোহ
*চাইন অন ডেস্ক:*
গুণগত শিক্ষাৰ এখন অন্যতম অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত পৰিচালিত ডিব্ৰুগড় বিএল বেৰিয়া সৰস্বতী শিশু মন্দিৰ স্কুলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ডিব্ৰুগড় সাহিত্য 

ছাত্ৰ-ছাত্ৰীসকল নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰা, সৃজনশীলতা প্ৰকাশ কৰা আৰু সামূহিক চেতনা গঢ়ি তোলাৰ বাবে সুবিধা লাভ কৰে।য’ত সৰা-জিকা কথা নাই। অংশগ্ৰহণ কৰি নিজক আত্মবিশ্বাসী কৰাৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীয় সুযোগ বুলি কৈ
নৃত্য, গীত, নাটক, আবৃত্তি আদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ আত্মবিশ্বাস লগতে সামগ্ৰিক বিকাশ ঘটে বুলি কয়। বিদ্যালয় খনৰ প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক ভাৱে আগবঢ়া বিষয়টো উল্লেখ কৰি শ্ৰেণীৰ পাঠদানৰ সমান্তৰালকৈ নিজৰ কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰতো ছাত্ৰ অৱস্থাৰ পৰাই সচেষ্ট হ’ব লাগিব বুলি কয়। সৰস্বতী শিশু মন্দিৰৰ ছাত্ৰ ছাত্ৰী সকলৰ এনে প্ৰতিভাৰ বাবে শিক্ষা ক্ষেত্ৰত এক বিশেষ স্থান আছে বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শ্ৰেণীৰ পাঠদানতে সীমাবদ্ধ নাথাকি ছাত্ৰ ছাত্ৰী সকলক অন্যান্য তথা ক্ৰীড়া, সাংস্কৃতিক,দিশ আৰু বিশেষকৈ নৈতিকতা তথা গুণগত শিক্ষাৰ জৰিয়তে বিশেষ সুনাম আছে বুলি কয়।শিশু শিক্ষা সমিতি অসমৰ শিৱসাগৰ বিভাগৰ সহ সংস্কৃত প্ৰমুখ চিৰঞ্জীৱ চেতিয়াই অকালতে মহাপ্ৰয়াণ ঘটা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পাছতে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান আচাৰ্য্যা ৰীতা চুতীয়া নাজিৰে। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰী সকলে বন্দনাৰ জৰিয়তে পৰিবেশ গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ত্ৰিদিপ দেউৰী আৰু ভাৰ্গৱী সোনোৱাল সহ বিদ্যালয় 
অভিভাৱিকা সকল উপস্থিত থাকে। প্ৰথম দিনা অংকুৰ শ্ৰেণীৰ পৰা ৫ শ্ৰেণীলৈ শিশু গীতৰ প্ৰতিযোগিতা, ভেশচন প্ৰতিযোগিতা, কবিতা আবৃত্তি, জ্যোতি/ৰাভা গীতৰ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, দলীয় গীত আৰু নাটক প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৯ জানুৱাৰীলৈকে চাৰিদিনীয়া সমাৰোহ খনি অনুষ্ঠিত কৰা হৈছে।
