মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা অসমৰ ভূমি নগাৰ হাতলৈ যোৱা নাই: ড° শর্মা
উৰিয়ামঘাটৰ উচ্ছেদৰ ফলত ১২ হাজাৰ সন্দেহযুক্তৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন
*গুৱাহাটী:*
চৰকাৰী আৰু বনভূমি বেদখলকাৰীৰ পৰা উচ্ছেদ কৰাই নহয়, বেদখলকাৰীৰ নাম ভোটাৰ তালিকাৰ পৰাও কৰ্তনৰ দৰে দৃঢ় পদক্ষেপ লৈছে বাজ্য চৰকাৰে। এই কথা পুনৰ স্পষ্ট



