সকল, বিভিন্ন স্তৰৰ জন-প্ৰতিনিধি সকল, মণ্ডলৰ বিভিন্ন স্তৰৰ বিষয়-ববীয়া সকল, জিলাখনৰ অন্তৰ্গত সকলো স্তৰৰ সামাজিক মাধ্যম কোষ, সংবাদ কোষৰ বিষয়-ববীয়া, তথ্যপ্রযুক্তি বিভাগৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আগন্তুক বিধান সভা নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ ভাবে আলোচনা কৰা হয়।