ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ।
চাইন অন ডেস্ক:
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশাৱলী অনুসৰি ৰাজ্যৰ অন্য জিলাৰ লগতে ডিব্ৰুগড় নিৰ্বাচন জিলাতো ১ জানুৱাৰী ২০২৬ ভিত্তি বৰ্ষ হিচাপে লৈ ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে।প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ডিব্ৰুগড় জিলাত সৰ্বমুঠ ভোটাৰ হৈছে ১০৪৩৬৭৯ জন। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৫০৫২৩৫, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৫৩৮৪৩৪ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ১০ জন। বিধানসভা সমষ্টি অনুযায়ী ৮৭ নং চাবুৱা- লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৭৯০৯৩। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৮৬৩২৪, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯২৭৬৪ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ১ জন । ৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯৬৬৭৫। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৯৪১৭২ , মহিলা ভোটাৰৰ সংখ্যা হৈছে ১০২৫০১ আৰু তৃতীয় লিংগৰ ভোটাৰ হৈছে ২ জন। ৮৯ নং খোৱাং বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 

খচৰা ভোটাৰ তালিকা সমূহ নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত ( অতিৰিক্ত আয়ুক্ত / সম – জিলা আয়ুক্ত কাৰ্যালয়ত ) আৰু সংশ্লিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপলব্ধ হব।
ওজৰ-আপত্তি সমূহ ২৭ ডিচেম্বৰ ২০২৫ পৰা ২২ জানুৱাৰী ২০২৬ ৰ ভিতৰত ভোটাৰ ৰাইজে নামভৰ্ত্তি বা সংশোধনী থাকিলে তেওঁলোকে নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে নিৰ্বাচন পঞ্জীয়ন 
বিশেষ শিবিৰ যোগে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত, গ্ৰাম সভাত , BLO’ ৰ সহায়ত ৩ আৰু ৪ জানুৱাৰী, ২০২৬ আৰু ১০ আৰু ১১ জানুৱাৰী, ২০২৬ তাৰিখে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, শুধৰণি, ইত্যাদি কৰিব পাৰিব।
ডিব্ৰুগড় জিলাৰ খচৰা ভোটাৰ তালিকা আপোনালোকে উল্লেখিত অনলাইন লিংক যোগেও চাব পাৰিব।
https://dibrugarh.assam.gov.in/election-notifications
https://voters.eci.gov.in/download-eroll?stateCode=S03