ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান
বৃক্ষ ৰোপণ আৰু ৫০খন পতাকা উত্তোলনেৰে শুভাৰম্ভ
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা দবা সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ ছয় দিনীয়া কাৰ্যসূচীৰ কালি প্ৰথম দিনত বৃক্ষ ৰোপন কৰে প্ৰকৃতি প্ৰেমী নবীন বৰুৱা আৰু অন্যান্য বিষ়ববীয়াসকল। ইয়াৰ পিছতে ৫০ খন পতাকা উত্তোলন কৰে উদ্যোক্তা সকলৰ লগতে চহৰৰ বিশিষ্ট অতিথি সকলে। ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত পুৱা ৯-৪৫ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত 

