...

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ উপলক্ষত

Spread the love

জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ উপলক্ষত

ঢকুৱাখনাত তাৰকা সমৃদ্ধ প্ৰদর্শনীমূলক ফুটবল মেচ

চাইন অন ডেস্ক:

 

 

 

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিনৰ উপলক্ষে ঢকুৱাখনাত তাৰকা সমৃদ্ধ প্ৰদর্শনীমূলক ফুটবল মেচ।
‘সপ্তশিখা’ৰ উদ্যোগত ঢকুৱাখনা জিলা ক্ৰীয়া সন্থাৰ সহযোগত বিষ্টুৰাম দলে ক্ৰীড়া প্ৰকল্পত
উত্তৰ পূবৰ আগশাৰী ফুটবল দল ‘নৰ্থ ইষ্ট ইউনাইটেড এফ চি’ আৰু ‘অইল ইণ্ডিয়া একাদশ’ৰ মাজত অনুষ্ঠিত প্ৰদৰ্শনীমূলক ফুটবল খেলখন।

 

 

 

 

দহ সহস্ৰাধিক ফুটবলপ্ৰেমীৰ উপস্থিতিত হাইভল্টেজ ফুটবল খেলখন উদ্বোধন কৰে ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৱে।
ফুটবল খেলি ভালপোৱা হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই পৰিৱেশন কৰিছে সাংস্কৃতিক অনুষ্ঠানৰ।
ফুটবল খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে
অইল ইণ্ডিয়া একাদশক ৩-১ গ’লত পৰাস্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *