সমগ্ৰ উত্তৰ-পূবত আজিৰ সৰ্বোচ্চ তাপমাত্ৰা (সৰ্বোচ্চ উষ্ণতাৰ পৰা নিন্মতমলৈ)
১৩.০৬.২০২৫ তাৰিখ
চাইন অন ডেস্ক :
📌 পাছিঘাটঃ ৩৮.৮ ডিগ্ৰী চেলছিয়াছ
📌 ইটানগৰঃ ৩৮.৭ ডিগ্ৰী চেলছিয়াছ
📌 তেজপুৰঃ ৩৮.৬ ডিগ্ৰী চেলছিয়াছ
📌 ডিব্ৰুগড়ঃ ৩৮.৫ ডিগ্ৰী চেলছিয়াছ
📌 উত্তৰ লখিমপুৰঃ ৩৮.৫ ডিগ্ৰী চেলছিয়াছ
📌 মাজবাটঃ ৩৮.২ ডিগ্ৰী চেলছিয়াছ
📌যোৰহাটঃ ৩৮.০ ডিগ্ৰী চেলছিয়াছ
📌 গুৱাহাটীঃ ৩৭.২ ডিগ্ৰী চেলছিয়াছ
📌 চিলচৰঃ ৩৬.৮ ডিগ্ৰী চেলছিয়াছ
📌 চাপৰমুখঃ ৩৬.৬ ডিগ্ৰী চেলছিয়াছ
📌 ধুবুৰীঃ ৩৬.১ ডিগ্ৰী চেলছিয়াছ
📌 আগৰতলাঃ ৩৫.৬ ডিগ্ৰী চেলছিয়াছ
📌 ইম্ফলঃ ৩৪.২ ডিগ্ৰী চেলছিয়াছ
📌 লেংপুই: ৩৩.৬ ডিগ্ৰী চেলছিয়াছ
📌 আইজলঃ ৩১.৬ ডিগ্ৰী চেলছিয়াছ
📌 কোহিমা: ৩১.০ ডিগ্ৰী চেলছিয়াছ
📌 সোহৰাঃ ৩০.৫ ডিগ্ৰী চেলছিয়াছ
📌 শ্বিলংঃ ২৮.১ ডিগ্ৰী চেলছিয়াছ