...

৬ দিনত ২৩ জন লোকে কৰিলে দলবদ্ধ ধৰ্ষণ !

Spread the love

যুৱতী গৰাকীৰ বয়স মাত্ৰ ১৯ বছৰ ! গ্ৰেপ্তাৰ ৬ জন

চাইন অন ডেক্সঃ

দলবদ্ধ ধৰ্ষণ ! এজন দুজন নহয় ! মুঠ ২৩ গৰাকীয়ে উপযুপৰি ধৰ্ষণ কৰে যুৱতীগৰাকীক। মুঠ ৬ দিনত ২৩ গৰাকী লোকে ধৰ্ষণ কৰে।ঘটনাটো উত্তৰ প্ৰদেশ বাৰানসীৰ।

নাম উল্লেখ নকৰা ১২ জন অভিযুক্তৰ ভিতৰত ৬ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

আৰক্ষীয়ে জনোৱা মতে, ছয় দিনৰ ভিতৰত এগৰাকী ১৯ বছৰীয়া যুৱতীক ২৩ জন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্তই তেওঁক ড্ৰাগছ সেৱন কৰি কেইবাখনো হোটেললৈ লৈ গৈছিল। য’ত যুৱতীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰা হৈছিল। ইয়াৰে ৬ জনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *