...

শুল্কৰ জ্বৰত কপিছে বিশ্ব ! আমেৰিকাত গণবিস্ফোৰণ ! ব্যাপক প্ৰতিবাদ !

Spread the love

সোণৰ মূল্য প্ৰতি ১০গ্ৰামত ১,৫৫০ টকা হ্ৰাস

৯৯.৫ শতাংশ বিশুদ্ধ সোণৰ মূল্য ১,৫৫০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামৰ সোণৰ মূল্য হৈছে ৯১ হাজাৰ টকা

পূৰ্বে এই ১০ গ্ৰাম সোণৰ মূল্য আছিল ৯২,৫০০ টকা

 

চাইন অন ডেক্সঃ

শুল্কৰ জ্বৰত কপিছে বিশ্ব !
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰামে বিশ্বজুৰি জাৰি কৰা প্ৰতিশুল্ক ব্যৱস্থাই বিশ্বৰ স্বৰ্ণ বজাৰো অস্থিৰ কৰি তুলিছে। বাণিজ্যিক উত্তেজনা আৰু বৈশ্বিক মন্দাৱস্থাৰ আশংকাৰ বাবে ক্ৰমান্বয়ে অৱনতি ঘটিছে সোণৰ মূল্য।

সোমবাৰৰ দিনটোত ভাৰতৰ বজাৰত সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৫০ টকা হ্ৰাস পায়। অৱশ্যে দেশৰ চহৰে চহৰে এই মূল্যৰ তাৰতম্য আছে। কালিৰ দিনটোত দেশত ৯৯.৯ শতাংশ বিশুদ্ধ সোণৰ মূল্য প্ৰতি ১০গ্ৰামত হৈছেগৈ ৯৩হাজাৰ টকা।

আনহাতে ৯৯.৫ শতাংশ বিশুদ্ধ সোণৰ মূল্য ১,৫৫০ টকা হ্ৰাস পাই প্ৰতি ১০ গ্ৰামৰ সোণৰ মূল্য হৈছে ৯১ হাজাৰ টকা। পূৰ্বে এই ১০ গ্ৰাম সোণৰ মূল্য আছিল ৯২,৫০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *