...

পেহলগাম আক্ৰমণৰ এদিন পিছতে বাৰামুল্লাৰ উৰিত এনকাউণ্টাৰত নিহত দুজন সন্ত্ৰাসবাদী

Spread the love

তথ্য অনুসৰি জম্মু-কাশ্মীৰৰ বাৰামুল্লাৰ উৰি ছেক্টৰত সন্ত্রাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখিত দুজন সন্ত্ৰাসবাদীক গুলীয়াই নিষ্ক্ৰিয় কৰা হয়

পেহলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ এদিন পিছতে সেনাৰ এই অভিযান

Leave a Reply

Your email address will not be published. Required fields are marked *