নতুন দিল্লী,৮মাৰ্চঃপ্ৰধানমন্ত্ৰী মোদীৰ ছচিয়েল মিডিয়াৰ একাউণ্টৰ দায়িত্ব গটালে মহিলাক।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘নাৰী শক্তি’ক প্ৰণাম জনাই মহিলাৰ হাতত ছ’চিয়েল মিডিয়া একাউণ্ট গতাই দিবলৈ আহ্বান।
২০২০ চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা মোডীৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ সাতগৰাকী সাফল্য মহিলাৰ দ্বাৰা পৰিচালিত হৈছিল।যিয়ে তেওঁলোকক আনক অনুপ্ৰাণিত কৰাৰ এক বিশ্বব্যাপী মঞ্চ প্ৰদান কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (৮ মাৰ্চ, ২০২৫) আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ‘নাৰী শক্তি’ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে মহিলা সৱলীকৰণৰ প্ৰতি তেওঁৰ চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।
লগতে তেওঁ পুনৰ কয় যে বিভিন্ন ক্ষেত্ৰৰ কৃতিত্ব অৰ্জনকাৰী মহিলাই দিনটোৰ বাবে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ দায়িত্ব ল’ব।