চাইন অন ডেক্সঃ
বস্তৰৰ দন্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৰ এখন হাবিত পুৱা প্ৰায় ৯ বজাত সংঘটিত হয় বন্দুকৰ সংঘৰ্ষ
বালাঘাট জিলাত সংঘটিত হোৱা এক এনকাউণ্টাৰৰ সময়ত মধ্যপ্ৰদেশ আৰক্ষীয়ে কমেও চাৰিগৰাকী মহিলা মাওবাদী কৰ্মীক গুলীয়াই হত্যা কৰে বুলি বিষয়াসকলে জনায়।
বস্তৰ অঞ্চলত অৱস্থিত দন্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমান্তৰ এখন অৰণ্যত পুৱা প্ৰায় ৯ বজাত মাওবাদী বিৰোধী অভিযানত নিৰাপত্তাৰক্ষীৰ এটা দল ওলাই থকাৰ সময়তে বন্দুকৰ গুলীচালনা সংঘটিত হয় বুলি দন্তেৱাড়াৰ আৰক্ষী অধীক্ষক গৌৰৱ ৰায়ে জানিবলৈ দিয়ে।