...

NIPCO ৰ বিদ্যুৎ পোষ্টত উঠি যুৱকৰ আত্মহননৰ চেষ্টা

Spread the love

NIPCO ৰ বিদ্যুৎ পোষ্টত উঠি যুৱকৰ আত্মহননৰ চেষ্টা

ডিফু:

কাৰ্বি আংলঙৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত কাছ’মাৰী গাঁৱৰ দৃশ্য এয়া । NIPCO ৰ বিদ্যুৎ পোষ্টত গাঁওখনৰে বাবু টেৰণ নামৰ যুৱক এজন আত্মহননৰ চেষ্টাৰে উঠি যায় একেবাৰে ওপৰলৈ । পুৱা পাঁচ বজাৰে পৰা হুৱা দুৱা লাগি পৰে গাঁওখনত । ইতিমধ্যে, বকলীয়াঘাট আৰক্ষী, হাওৰাঘাটৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু এম্বুলেন্স সেই স্থানত উপস্থিত হয়। যুৱকজনক নমাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে স্থানীয় লোক আৰু আৰক্ষীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *