আজি পূর্ণগ্রাস চন্দ্রগ্রহণ উঃপূবতো হ’ব দৃশ্যমান
চাইন অন ডেস্ক:

ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ পৰা কেৱল আংশিক গ্রহণহে দৃশ্যমান হ’ব। ভাৰতৰ উপৰি পূব এছিয়া, অস্ট্রেলিয়া, আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰকে ধৰি পৃথিৱীৰ অধিকাংশ অঞ্চলৰ পৰা এই চন্দ্রগ্রহণ দেখা পোৱা যাব। ভাৰতীয় সময় অনুসৰি চন্দ্ৰৰ আংশিক গ্রহণ আৰম্ভ হ’ব বিয়লি ৩.২০ বজাত, যিয়ে পূৰ্ণগ্ৰহণৰ ৰূপ পাব ৪.৩৪ বজাত। এই পূর্ণগ্রহণ সন্ধিয়া ৫.৩৩ বজালৈ অব্যাহত থাকিব আৰু পৰৱৰ্তী পৰ্যায়ত ৬.৪৮ বজাৰ আংশিক গ্রহণ সমাপ্ত হ’ব। অৱশ্যে ভাৰতবৰ্ষত গ্ৰহণৰ দৃশ্য চন্দ্রোদয়ৰ পৰা আৰম্ভ কৰি গ্ৰহণ 
সূর্যগ্ৰহণৰ বিপৰীতে চন্দ্রগ্রহণক খালী চকুৰেই নিৰীক্ষণ কৰিব পাৰি।