Skip to content আবেদনৰ অন্তিম তাৰিখ ৭ আগষ্ট
ইণ্ডিয়ান বেংকত ১,৫০০ শিক্ষা নবিচৰ পদ খালী
প্রতিষ্ঠানৰ নাম ইন্ডিয়ান বেংক
চাইন অন ডেস্ক:
পদৰ নাম -শিক্ষা’নবিচ।
পদৰ সংখ্যা-১৫০০টা।
শ্রেণী অনুসৰি পদ
সংৰক্ষণমুক্ত ৬৮০টা, এছচি-২৫৫টা, এছটি-৭৭টা, অ’বিচি-৩৫১টা, ইডব্লিউএছ-১৩৭টা।
অসমত খালী পদ-২৯টা।
দৰমহা-মেট’ আৰবান ব্রাঞ্চত ১৫,০০০ টকা, ৰুৰেল/ছেমি আৰবান শাখাত ১২,০০০ টকা।
বয়স-২০-২৮ বছৰৰ ভিতৰত।
শিক্ষাগত অর্হতা-যিকোনো বিভাগত স্নাতক ডিগ্রীধাৰী অথবা সমপর্যায়ৰ ডিগ্রীধাৰী হ’ব লাগিব।
আবেদন মাছুল-জেনেৰেল/অ’বিচি/ইডব্লিউএছ-৮০০ টকা, এছচি/এছটি/পিডব্লিউবিডি-১৭৫ টকা।
আবেদনৰ অন্তিম তাৰিখ-৭আগষ্ট।